মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Mon, 10-Sep-2018, 01:51
https://youtu.be/Q921uWVV2b0"মঙ্গলদৈত NSUI ৰ জোৰ সমদল"মাহেকীয়া সংবাদ ৰিপৰ্ট মঙলদৈঃ ১০ ছেপ্তেম্বৰদৰং জিলা NSUI এ ৯ চেপ্তেম্বৰ সন্ধিয়া ছয় বজাত মঙ্গলদৈ ৰাজীৱ ভবনৰ সমীপৱৰ্ত্তী বাছ আস্থানত মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনাই জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । দৰং জিলা NSUI ৰ সভাপতি হুমায়ুন কবিৰৰ নেতৃত্বত এক জোৰ সমদল উলিয়াই পথ অৱৰোধ কৰে আৰু সভাপতি কবিৰে ১০ ছেপ্তেম্বৰত জাতীয় কংগ্ৰেছে ঘোষণা কৰা বন্ধ সফল কৰিব সমগ্ৰ দৰং বাসীক আহ্বান জনাইছে।
By Mahekiya Sangbad
Posted on: Mon, 10-Sep-2018, 00:52
আজি দুমুনিচকীত মুকলি হল  " ড্ৰিমছ মিউজিক একাডেমী " ।একাডেমী  মুকলি অনুষ্ঠানত জনপ্ৰীয়  কণ্ঠ শিল্পী ভৃগু কাশ্যপ  উপস্থিত ।।আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্টঃ ৯ চেপ্তেম্বৰদৰঙ জিলাৰ দুমুনিচকীত আজি মুকলি হল  সংগীত শিক্ষা প্ৰতিষ্ঠান "ড্ৰিমছ মিউজিক একাডেমী" ।একাডেমীখন   উদ্ধোধন কৰিলে অসমীয়া জনপ্ৰীয় কণ্ঠ শিল্পী ভৃগু কাশ্যপে । উল্লেখ যে দুমুনিচকীৰ কেইজনমান সাংস্কৃতিবান যুৱকে পূৱ কামৰূপ আৰু পশ্চিম দৰঙ অঞ্চলৰ প্ৰতিভা সমুহক বিকাশ কৰাৰ উদ্দেশ্যে  বিদ্যালয় খন প্ৰতিষ্ঠা কৰে । প্ৰায় ছয় শতাধিক ৰাইজৰ উপস্থিতিত মুকলি কৰা  অনুষ্ঠানতোত এখনি সভা অনুস্থিত হয় ।সভাত  সভাপতিত্ব কৰে দৰঙ দুৱাৰ ক্লাৱৰ সভাপতি মমতাজ আলিয়ে । সভাত উপস্থিত থাকি ভাষন আগবঢ়ায় এইবাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাইজৰ দাবীদাৰ প্ৰাৰ্থী , দৰঙ জিলা পৰিষদৰ ,  জিলা আঁচনি  বিষয়া তথা যুৱ সমাজ কৰ্মী বনমালী শৰ্মাই । অৱসৰ প্ৰাপ্ত  শিক্ষক দিলোৱাৰ হুছেইন , কিৰন চন্দ্ৰ কাকতি, অধিবক্তা বাহাৰুল ইছলাম, চ...
By Mahekiya Sangbad
Posted on: Mon, 10-Sep-2018, 01:00
ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠৰ ওপজা দিন উদযাপন ।আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্টঃ পশ্চিম মঙলদৈ ৯ ছেপ্টেম্বৰ:ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৮ছেপ্টেম্বৰ শনিবাৰে ডাঁহীৰ জনাৰামচৌকাত চিৰবৰণ্য শিল্পী সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন  পালন কৰা হয় ।ইয়াৰ লগতে সংগতি ৰাখি একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ডাঁহী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা  ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ক্ৰমে প্ৰথম স্থান অধিকাৰ কৰে ডাঁহী সংগীত বিদ্যালয়ৰ জিমি শৰ্মাই, দ্বিতীয় স্থান লাভ কৰে বিবেকানন্দ বিদ্যালয়ৰ হিমানদ্বীপ ডেকাই আৰু তৃতীয় স্থান লাভ কৰে ডাঁহী বালিকা মাধ্যমিক বিদ্যালয়ৰ জিমনি শৰ্মাই ।উল্লেখযোগ্য যে এই একেটা অনুষ্ঠানতে ডাঁহী আঞ্চলিক ছাত্র সন্হাৰ তৰফৰ পৰা সদ্য ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শশাঙ্ক হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয় ‌। এই অনুষ্ঠানত বিশেষ ভাৱে উপষ্ঠিত থাকে দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপত...
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

IMPORTANT NOTICE
DISCLAIMER

This website was created by a user of Websites.co.in, a free instant website builder. Websites.co.in does NOT endorse, verify, or guarantee the accuracy, safety, or legality of this site's content, products, or services. Always exercise caution do not share sensitive data or make payments without independent verification. Report suspicious activity by clicking the report abuse below.

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;