মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Thu, 06-Sep-2018, 22:48
#দুমুনিচকীত মুকলি হব সংগীত বিদ্যালয় "ড্ৰিমছ মিউজিক একাডেমী" ।আতিকুৰ ৰহমান,মাহেকীয়া সংবাদৰ ৰিপৰ্ট,৭ ছেপ্তেম্বৰঃদৰঙৰ দুমুনিচকীৰ সাহিত্য-সংস্কৃতিক দিশত অগ্ৰনী ভূমিকা গ্ৰহন কৰা কেইজন মান উদিয়মান যুৱকৰ প্ৰচেষ্টাত বৃহত্তৰ পূৱ  কামৰূপ আৰু পশ্চিম দৰঙ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিভা সমুহ বিকাশৰ  মঞ্চ দিয়াৰ উদ্দেশ্যে এখন সংগীত বিদ্যালয় ড্ৰিমছ মিউজিক একাডেমী অহা   ৯ ছেপ্তেম্বৰত মুকলি কৰা হব । সেই উপলক্ষে  সেইদিনা এখনি  অনুুষ্ঠানৰো  আয়োজন কৰা হৈছে দুমুনিচকীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত । ৰাতিপুৱা  ১০ বজাৰ পৰা আৰম্ভ হবলীয়া মুকলি সভাত  সভাপতিত্ব কৰিব দৰঙ দুৱাৰ ক্লাৱৰ সভাপতি তথা সমাজ কৰ্মী মমতাজ আলিয়ে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আৰক্ষী পৰিদৰ্শক , চাইদুল ইছলাম, বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠক । নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব যুৱ সমাজ কৰ্মী , দৰঙ জিলা পৰিষদৰ আঁচনি বিষয়া বনমালী শৰ্মা, বিশিষ্ট চলচ্চিত্ৰ  পৰিচালক কুলেন্দ্ৰ ৰায় চৌধুৰী , গুৱাহাটী উচ্চ...
By Mahekiya Sangbad
Posted on: Wed, 05-Sep-2018, 18:30
#উত্তৰ_গুৱাহাটীত_ভয়ংকৰ_নাও_দুৰ্ঘটনা || #অব্যাহত_উদ্ধাৰ_অভিযাননিউজ ডেস্ক:- উত্তৰ গুৱাহাটীত ভয়ংকৰ নাও দুৰ্ঘটনা । উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ সমীপতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় এখন যাত্ৰীবাহী নাও । প্ৰশাসনে জনোৱা অনুসৰি নাওখনত আছিল প্ৰায় ৪০ জন যাত্ৰী । ইয়াৰে ১২ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৰ্তমান বাকী নিখোজ যাত্ৰীসকলৰ সন্ধানত SDRF, NDRF ৰ দলে লুইতৰ বুকুত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।https://youtu.be/NcERakPGqOg
By Mahekiya Sangbad
Posted on: Tue, 04-Sep-2018, 18:53
দৰং জিলাৰ কুৰুৱা ৰেঞ্জৰ অন্তৰ্গত বিজুলীবাৰী  গাঁৱৰ হিৰাপাৰাত আজি এটা অজগৰ সাপ উদ্ধাৰ কৰা হয়।  ধন দাস, জয়ন্ত নাথ, বীৰেণ চহৰীয়া, বকুল দাস, দুৰ্লভ দাস আৰু  মন্তু চহৰীয়াৰ নেতৃত্বত স্থানীয় গঞাই আজি দুপৰীয়া প্ৰায় ২ বজাত অজগৰটো  উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতে বন বিভাগৰ লগত যোগাযোগ কৰা হয় যদিও বাতৰি যুগুতোৱা সময়লৈ বন বিভাগৰ কোনো লোক গাঁওখনত উপস্থিত হোৱা নাই |https://youtu.be/zQi-zJvOprU
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

IMPORTANT NOTICE
DISCLAIMER

This website was created by a user of Websites.co.in, a free instant website builder. Websites.co.in does NOT endorse, verify, or guarantee the accuracy, safety, or legality of this site's content, products, or services. Always exercise caution do not share sensitive data or make payments without independent verification. Report suspicious activity by clicking the report abuse below.

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;