মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Tue, 04-Sep-2018, 20:17
বৃহত্তৰ দুমুনিচকী অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীকে জনোৱা হয় যে  অহা 9 চেপ্তেম্বৰ ত মলহাৰ সংগীত বিদ্যালয়ৰ উদ্যোগত সুধাকন্ঠ ভূপেন হাজৰিকাৰ জন্ম দিৱস উপলক্ষ্যে এখনি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজন কৰা হৈছে । এই প্ৰতিযোগীতাখনত বৃহত্তৰ দুমুনিচকী অঞ্চলৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোগতাই জনাইছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক: 8724855490, 7002402602
By Mahekiya Sangbad
Posted on: Tue, 04-Sep-2018, 16:05
#চ'চিয়েল মেডিয়াত মঙ্গলদৈ লোকসভা সমষ্টিতৰ প্ৰাৰ্থীৰ বাবে  বিশেষ চৰ্চা  লাভ কৰিছে বনমালী শৰ্মাই #       আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ বিশেষ ৰিপ'ৰ্ট, ছিপাঝাৰ, ৪ ছেপ্টেম্বৰ :        মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থীৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা আৰম্ভ কৰাৰ সময়তে, এইবাৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থী হিচাপে দৰং জিলাৰ এজন উদীয়মান যুৱকে চচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।উচ্চ শিক্ষিত, সংস্কৃতিৱান এই যুৱকজন হ'ল বনমালী শৰ্মা।  ঘৰ হৈছে ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি গাঁৱত । তেখেতে ছাত্ৰ অৱস্থাৰে পৰা  বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগতো জড়িত হৈ আছে । বনমালী শৰ্মালৈ দৰং, ওদালগুৰি, ৰঙিয়া, নলবাৰী আদি জিলাৰ বিভিন্ন অঞ্চলত বিশেষ সমৰ্থন আহিছে । বিভিন্নজনে শৰ্মাৰ হকে ইতিবাচক মন্তব্য দিয়াৰ লগতে জাতি, ধৰ্ম, বৰ্ন নিৰ্বিশেষে তেওঁৰ সমৰ্থনত ওলাই আহিছে স্ব- ইচ্ছাই। বনমালী শৰ্মাই কি দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া এই...
By Mahekiya Sangbad
Posted on: Tue, 04-Sep-2018, 12:16
মেৰাজুল হক (দাদুল) মাহেকীয়া সংবাদ:  দুমুনিচকী বৰনৈ মহাবিদ্যালয় ৰ প্ৰতিষ্ঠা দিৱস ও নৱাগত আদৰণি সভা।    ৰাতিপুৱা পতাকা উত্তোলন কৰে বৰনৈ মহাবিদ্যালয় ৰ অধক্ষ্য তবিবৰ ৰহমান ডাঙৰীয়াই । ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মাননীয় দায়েদামুল হক চৌধুৰী, উপ-সভাপতি দৰং জিলা ছাত্ৰ সন্থা। দুপৰীয়া 1 বজাত মুকলি সভা সভাপতি মাননীয় তবিবৰ ৰহমান ডাঙৰীয়াই । মুখ্য  অতিথি হিচাপে থাকিব  আব্দুল হামিদ অৱসৰপ্ৰাপ্ত প্ৰধান  শিক্ষক। নিৰ্দিষ্ট বক্তা হিছাপে থাকিব কিৰন চন্দ্ৰ কাকতি ।          শেষত  জনপ্ৰীয় শিল্পী অখিল ভৈৰবৰ আৰু শিশু শিল্পী  প্ৰিন্স নিহালৰ  গীতৰ শৰাই।
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

IMPORTANT NOTICE
DISCLAIMER

This website was created by a user of Websites.co.in, a free instant website builder. Websites.co.in does NOT endorse, verify, or guarantee the accuracy, safety, or legality of this site's content, products, or services. Always exercise caution do not share sensitive data or make payments without independent verification. Report suspicious activity by clicking the report abuse below.

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;