মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Tue, 25-Sep-2018, 22:05
পাত্ৰপুৰৰ বৰপুখুৰীত মৃতদেহ উদ্ধাৰষ্টাফ ৰিপৰ্টাৰ মাহেকীয়া সংবাদ ,দুমুনিচকী,২৫ছেপ্টেম্বৰ-কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত পাত্ৰপুৰৰ ৰাজহুৱা বৰপুখুৰীত মোহন ৰাজবংশী নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়।জানিব পৰা মতে, আজি পুৱা প্ৰায় ৭বজাত গৰু চৰাবলৈ আহি স্থানীয় লোকে এটি মৃতদেহ পুখুৰীটোত ওপঙি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছত এই পুখুৰীটোৰ পাৰত থকা পোছাক এযোৰ দেখি মোহন নামৰ লোকজন বুলি ৰাইজে চিনাক্ত কৰে।আৰক্ষীয়ে ঘটনাস্থলীত কিছু পলমকৈ উপস্থিত হৈ মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।উল্লেখ্য স্থানীয় থানাখনৰ জয়ন্তীপুৰৰ বাঢ়ৈ হিচাপে কাম কৰা এই লোকজন অঞ্চলটোত যাযাবৰীভাৱে জীৱন নিৰ্বাহ কৰিছিল।
By Mahekiya Sangbad
Posted on: Tue, 25-Sep-2018, 17:35
পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিণতি I মৰিয়াই চিঙিলে ভৰিষ্টাফ ৰিপৰ্টাৰ মাহেকীয়া সংবাদ , দুমুনিচকী ২৫ছেপ্টেম্বৰ :বাইহাটা চাৰিঅালিৰ নকুছিত গাৱত অঘটন।পৰকীয়া প্ৰেমত বাধা দিয়াৰ বাবেই মৰিয়াই মৰিয়াই ছিঙিলে এজন যৱকৰ ভৰি।গুৰুতৰভাৱে অাহত ৰাজীৱ অালী নামৰ যুৱকজনক নকুছিৰ স্থাণীয় লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।উল্লেখ্য যে নকুছি গাঁৱৰ মাকনি বেগম নামৰ বিধৱা মহিলাৰ সৈতে খেহেনিপাৰা গাৱৰ হৰেকৃষ্ণ দাস নামৰ যুৱকজনৰ দীৰ্ঘদিনীয়া অবৈধ সম্পৰ্ক অাছিল।দুয়োৰে এই সম্পৰ্কক এই অবৈধ সম্পৰ্কক বাধা দিয়াৰ বাবেই মহিলাগৰাকীৰ প্ৰতিবেশি যুৱকজনক গুৰুলাগুৰুলকৈ পিটিলে হৰেকৃষ্ণ নামৰ যুৱকজনে। ৰাজীৱ অালীৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি ৰাজীৱক প্ৰথমে ওচৰৰে দুই যুৱক বাবলি অালী অাৰু টুটু অালীয়ে ৰাজীৱক ঘৰৰপৰা কৌশলেৰে কিবা কাম থকা বুলি বেজেৰা চকলৈ এখন চুইফট মাৰুটি গাড়ীত উঠাই অানি হৰেকৃষ্ণ দাসক গতাই দিয়ে।ইয়াৰ পিছতে টেম্পচালক হৰেকৃষ্ণই ৰাজীৱক নিজৰ টেম্পখনত উঠাই খেহেনিপাৰাৰ  নিজ বাসগৃহলে অাহি এনে ভয়ানক কাণ্ড সংঘটিত কৰে।এই সমগ্ৰ ঘটণ...
By Mahekiya Sangbad
Posted on: Mon, 24-Sep-2018, 21:40
ষ্টাফ ৰিপৰ্টাৰ মাহেকীয়া সংবাদ:  সদৌ অসম উন্নয়ন পৰিষদ ৰ দৰং জিলা সমিতি ৰ আঞ্চলিক সমিতি গঠন  । আজি  24 চেপ্তেম্বৰ 2018 তাৰিখ সোমবাৰে  আবেলি 3 বজাত   দেওমৰনৈৰ ৰাইকাবাৰী যুৱক সংঘত অনুস্থিত হোৱা সভাখনত  "দেওমৰনৈ" আন্সলিক সমিতিখন গঠন কৰা হয় । বিশ্বজিত ডেকাক সভাপতি,মানস ৰাজবংশীক সাধাৰন সম্পাদক হিচাপে  দায়িত্ব দি 31 জনীয়া সমিতিখন গঠন কৰা হয়   । উক্ত  সভাত দৰং জিলাৰ সাধাৰন সম্পাদক পাৰ্থপ্ৰতিম ভৰদ্বাজ,সম্পাদক আছলাম উদ্দিন আহমেদ,বিত্ত সম্পাদক পাপু শম্মা,সাংগঠনিক সম্পাদক জানমণি কলিতা উপস্থিত থাকে ।
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

IMPORTANT NOTICE
DISCLAIMER

This website was created by a user of Websites.co.in, a free instant website builder. Websites.co.in does NOT endorse, verify, or guarantee the accuracy, safety, or legality of this site's content, products, or services. Always exercise caution do not share sensitive data or make payments without independent verification. Report suspicious activity by clicking the report abuse below.

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;