মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Mon, 24-Sep-2018, 09:44
#দৰঙৰ দুমুনিচকীত#আশাজ্যোতি উদ্যোগত জোষ্ঠ নাগৰিকৰ সজাগতা সভা  ।আতিকুৰ ৰহমানমাহেকীয়া সংবাদ ৰিপৰ্টঃছিপাঝাৰ২৪ ছেপ্তেম্বৰ দৰঙ জিলাৰ স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান আশাজ্যোতি উদ্যোগত আৰু জিলা আইন সেৱা প্ৰাধিকাৰী সহযোগত অহা ২৫ ছেপ্তেম্বৰত মংগলবাৰে দুমুনিচকীৰ দৰঙ দুৱাৰ ক্লাৱৰ সভাগৃহত দিনৰ ১১ বজাত জোষ্ঠ নাগৰিক সকলৰ বিভিন্ন বিষয় সম্পৰ্কে সজাগতা মুলক এখন সভাৰ আয়োজন কৰা হৈছে ।দৰঙ জিলা আইন সেৱা প্ৰাধিকাৰী বিভাগৰ কেইবাজনো বিষয়া আৰু বৃহত্তৰ দুমুনিকী জোষ্ঠ নাাগৰিক সন্মিলনৰ সম্পাদক বৈয়তুল্লা আহমেদ,দৰঙ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ডায়েদামুল চৌধুৰী,যুৱ সাংস্কৃতিক কৰ্মী বনমালী শৰ্মা  আৰু জেষ্ঠ সাংবাদিক আব্দুল ছফিক  উপস্থিত থাকিব । মৰমলেণ্ড নিউজ প্ৰচাৰৰ সহযোগী  হিচাপে থাকিব লগীয়া অানুষ্ঠানতোত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোগক্তা সকলে ।
By Mahekiya Sangbad
Posted on: Sun, 23-Sep-2018, 23:37
আজি আৱেলি দিশপুৰৰ হোটেল বৰাক ৰেচিডেন্সিত হাইদৰ আলিক সভাপতি আৰু ৰাজিকুল ইছলামক সম্পাদক হিচাপে লৈ সদৌ অসম উন্নয়ন পৰিষদৰ ২১ জনীয়া দিশপুৰ আইন মহাবিদ‍্যালয়ৰ শাখা  সমিতিখন গঠন কৰা হয় । উক্ত সভাত কেন্দীয় সভাপতি মৌচুম উজীৰ ডাঙৰীয়া আৰু সাধাৰন সম্পাদক চন্দন বৰদলৈ ডাঙৰীয়া উপস্থিত থাকে ।
By Mahekiya Sangbad
Posted on: Sun, 23-Sep-2018, 11:09
বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰক্তন ছাত্ৰ সংন্থা, বেজেৰা।দ্বিতীয় বাৰ্ষিক ছাত্ৰ সমাৰোহ আৰু স্মাৰক বক্তৃতা মাহেকীয়া সংবাদ: বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংন্থাৰ দ্বিতীয় বাৰ্ষিক সমাৰোহখনি অহা 1 অক্টোবৰ 2018 তাৰিখ সোমবাৰে অনুস্থিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুস্থানত স্মাৰক বক্তিতা প্ৰদান কৰিব প্ৰসিদ্ধ শিক্ষাবিদ বৰ্তমান ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপচাৰ্য্যৰ আসন অলংকৃত কৰা ড0 অমৰজোতি চৌধুৰী দেৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ড0 কিশোৰীমোহন পাঠক দেৱ, প্ৰথিতযশা বিজ্ঞানী, তেজপুৰ বিশ্ববিদ্যালয়   অৱসৰপ্ৰাপ্ত  উপচাৰ্য্য।গতিকে অহা 1 অক্টোবৰ 2018 তাৰখে উক্ত অনুষ্ঠানতটিত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোগতাই।
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

IMPORTANT NOTICE
DISCLAIMER

This website was created by a user of Websites.co.in, a free instant website builder. Websites.co.in does NOT endorse, verify, or guarantee the accuracy, safety, or legality of this site's content, products, or services. Always exercise caution do not share sensitive data or make payments without independent verification. Report suspicious activity by clicking the report abuse below.

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;